কেনেকৈ!
অতীতৰ কথা পাহৰোঁ কেনেকৈ!
দিনবোৰ গৈ আছে,
সময় হৈ আছে পাৰ!
তথাপিও পাহৰিব নোৱাৰোঁ
অতীতৰ ম্মৃতি!
অতীতৰ ম্মৃতিবোৰে হৃদয়ত,
মোৰ দুটি নয়নে
বাৰিষাৰ নৈ বোৱাই আনে!!
অতীতৰ ম্মৃতি??
যি অতীতে দিছিল মোক
সুখ- শান্তি,আশা!
সেই অতীত নাই মোৰ এতিয়া! যিমানে পাহৰিব খোজোঁ মই
অতীতৰ কথা,
সিমানেই মনত পৰে
মোৰ অতীতৰ কথা!
সিমানেই দিয়ে অশান্তি,বেদনা!! কেতিয়াও নহয় মোৰ
অতীতৰ ম্মৃতি দূৰ?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ