প্ৰাপ্তি অপ্ৰাপ্তিৰ মধ্যস্থতাত-ৰাহুল চেতিয়া

©Admin
0
যিদিনা তোমাক
স্বপ্নৰ স্বর্ণ মণি-মুকুতা
পিন্ধাব পাৰিম আৰু
সেই দিনাৰ
পৰাই তুমি
উপলব্ধি কৰিবা
আৰু
শিকিবলৈও
আৰম্ভ কৰিবা
প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে
জীৱনটো পাৰ হৈ
স্বপ্ন বোৰ স্বপ্ন হৈয়ে 
ৰব যেতিয়া
তেতিয়া...
ক'ত দেখিবা 
প্ৰাপ্তি কি
বা কেনেকৈ পোৱা যায়।।

◾ৰাহুল চেতিয়া।।
নিলখপুৰ, চিলাপথাৰ,ধেমাজি।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)