শেৱালী-মিন্টু গোৱলা

©Admin
0
শেৱালী ফুলিবি ৰাতি
 মোৰ পুষ্প কাননত, 
ৰাতি ফুলি ৰাতিয়েই 
মৰহি যাবি মোৰ
 পুষ্পৰ কাননত।

নিস্তেজ ৰাতি বিলাবি সুবাস
 মোৰ পুষ্পৰ কাননত।

পুৱা অৰুণৰ কিৰণত 
নিয়ৰৰ লগত মিলি 
পাতিবি বহু কথা ,
কণমানিৰ লিহিৰি 
হাতৰ আঙুলিৰ পৰশত।।

*মিন্টু গোৱলা*
         *লখিমপুৰ, কদম।।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)