চীনৰ পৰ্বতীয় ভাগ--
(১)উত্তৰ ভাগত বিস্তৃত পৰ্বত শ্ৰেণী।তিয়েনচান পৰ্বতত আৰম্ভ হৈ উত্তৰ ভাগৰ মহানশিগনলৈকে বিস্তৃত।
(২) কৈলাশ পৰ্বতো বৰ্তমান চীনতেই পৰে।য'ত আজিলৈকে কোনোৱেই আৰোহণ কৰিব পৰা নাই।
(৩)দক্ষিণ ভাগত নানলিংগহান পৰ্বত শ্ৰেণী আছে।ই ইয়াংটিয়াংগ নদীৰ পাৰত অৱস্থিত।
চীনৰ মৰুস্থল বা সমতল ভাগ-- --চীনৰ উত্তৰ ভাগত গোবী মৰুস্থল।তথা উত্তৰ পশ্চিম ভাগত টকলা মকান নামৰ মৰুস্থল আছে।
চীনৰ প্ৰধান নদী সমূহ - হোৱাংহো- ইয়াৰ উৎপত্তিস্থল তিয়ত।
চীনৰ জলবায়ু-- চীনত মুলতঃ সামুদ্ৰিক তথা মহাদ্বীপৰ দুয়ো জলবায়ু দেখা পোৱা যায়।ইয়াৰ জলবায়ুক মনসুন বোলে।
(১)চীনত অধিকতম তাপমান জুলাই মাহত ''তুনফান" নগৰত দেখা পোৱা যায়।
(২) শীত কালত উত্তৰ পূব চীনত শীতল বায়ুৰ প্ৰভাৱত তাপমান 0° ৰো তলত যোৱা দেখা যায়।
চীনৰ খাদ্য-
চীনত মানুহক বাদ দি সকলো জীৱ-জন্তু যেনে, নিগনি, পোক,পইতাচোঁৰা, সাপ সকলো জীৱকেই খাদ্য হিচাপে খোৱা দেখা যায়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ