সাধাৰণ জ্ঞান -কুইজ

©Admin
0

১/বিখ্যাত হিন্দী কবি মুন্সী প্ৰেমচান্দৰ প্ৰকৃত নাম কি ?

উত্তৰ -ধনপত্ৰী শ্ৰীবাস্তৱ 

২/সিদ্ধান্ত শিৰোমণি' গ্ৰন্থৰ প্ৰণেতা কোন ?

উত্তৰ = দ্বাদশ শতিকাৰ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ 'দ্বিতীয় ভাস্কচাৰ্য' ।

৩/বিশ্বৰ দীৰ্ঘতম মহাকাব্য 'মহাভাৰত 'ৰ গ্ৰন্থকাৰ কোন ?

উত্তৰ - মহৰ্ষি বেদব্যাস ।

৪/ 'কামায়নী' গ্ৰন্থখন কাৰ ?

উত্তৰ -জয়শংকৰ প্ৰসাদৰ ।

৫/ভৰত মুনিৰদ্বাৰা ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?

উত্তৰ -নাট্যশাস্ত্ৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)