মৰম-নৱজিৎ নাথ

©Admin
0
কুঁৱলীৰ সিপাৰে , 
 শীতৰ সেমেকা জাৰত  ‌‌ 
কপা কপা কপা               
হাত দুখনৰে আৱেগ বুলাবলৈ ,           
 বিচাৰিছোঁ তোমাক ....।।
 নিয়ৰ সনা টোপালত , 
 হীম হৈ পৰা দুৱৰী পাতত,
সৰা শেৱালীৰ সুগন্ধত 
বিছাৰিছোঁ তোমাক ।। 

হদয়ৰ একুৰিয়ামৰ মাজত
 সপোনৰ এটি কাৰেংৰ 
 প্ৰতিটো কোঠালীতে,        
  বিচাৰিছোঁ তোমাক......।।
 
সেউজীয়া সেউজীয়া ৰঙীন প্ৰতিচ্ছবিত,
 সপোনৰ পম খেদি ফুৰাৰ মাজত      
এজাক মৰুভূমিৰ মৰিচিকাৰ মাজত 
বিছাৰিছোঁ তোমাক।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)