বন্ধুত্ব-মিনাক্ষী দত্ত

©Admin
0
ৰমেন আৰু বলেন দুয়ো বাল্যকালৰ বন্ধু । নিজৰ কৰ্মৰ ফলত দুয়ো সুমেৰু আৰু কুমেৰুত গতি কৰিছে । তথাপিও দুয়োৰে হৃদয়ৰ নিভৃত্ব কোণত বন্ধুৰ ছবিখন খোদিত কৰা আছে ।কুমেৰুত বাস কৰা বন্ধু ৰমেনে জীৱন বাটত পোৱা নানা ঘাত- প্ৰতিঘাত , দুখ-যন্ত্ৰণাৰ পৰা উপশম পাবলৈ সুমেৰুত থকা বন্ধু বলেনৰ ওচৰলৈ গ'ল ।বিশাল অট্টালিকাৰ প্ৰৱেশদ্বাৰত থকা বলেনৰ বিশ্বাসী ল'ৰাজনে প্ৰথমে ৰমেনক বাধা দিছিল যদিও বন্ধুৰ প্ৰতি থকা অপত্য স্নেহৰ উমান পাই বলেনৰ ওচৰলৈ লৈ গ'ল । বহুদিনৰ মূৰত লগ পোৱা  দুই বন্ধুৰ আৱেগিক মূহুৰ্তটো দেখি ল'ৰাজনে মুখৰ ভিতৰতে ক'লে - যেন ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ বন্ধু বিপ্ৰ দামোদৰ মিলনহে  ।

               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)