ৰিক্ত ৰিক্ত হৃদয়-মিন্টু গোৱলা

©Admin
0
ৰ্নিজনতাৰ কোলাত
বহি হৃদয়ৰ বেদনা
শুনি নিৰৱে বাট চাই 
ৰওঁ আপোন জনৰ
এষাৰি মাত .....!

হৃদয়ে বিচাৰে  আপোন জনক
সময়ে নিদিয়ে আপোন জনৰ 
লগত বাৰ্তালাপ কৰিব ।

আছোঁহি সময়ৰ অপেক্ষাত 
হৃদয়ত দলিচা পাৰিছোঁ 
মনত আহিবা ...........
ৰিক্ত হৃদয়ক শান্ত কৰিব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)