স্মৃতি-আব্দুল কাদেৰ মিঞা

Rinku Rajowar
0
কেলেণ্ডাৰৰ সকলো তাৰিখত
               চিহ্ন দিয়া আছিল
কেনেকৈ মচিম কোৱা ?
              তাতকৈ ব'লা
আকাশৰ ওচৰত
            বৰষুণ বিচাৰোঁ
যদি মচি দিব পাৰে
          তাহানিৰ দিনবোৰ
একে লগে খোজকঢ়া 
             ভৰিৰ চিহ্ন
নহ'লে অলপ অপেক্ষা কৰা
             মচি দিব পাৰিম সঁচাই
ফুল আৰু চন্দনেৰে ।

✍🏻আব্দুল কাদেৰ মিঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)