সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃদপিণ্ড বুলি কোৱা হয়?

উত্তৰ : দিল্লী।

২) প্ৰশ্ন : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ক’ত অৱস্থিত?

উত্তৰ : নতুন দিল্লীত।

৩) প্ৰশ্ন : ভাৰতবৰ্ষৰ সাহসীকতাৰ সৰ্বোত্তম বঁটাটো কি?

উত্তৰ : মহাবীৰ চক্ৰ।

৪) প্ৰশ্ন : ভাৰতীয় ৰেড ক্ৰছ সমিতি কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৯২০ চনত।

৫) প্ৰশ্ন : ৰাজস্থানৰ কোনখন মহানগৰক সপ্ত প্ৰৱেশ পথৰ মহানগৰ (City of Seven Gates) বুলি জনা যায়?

উত্তৰ : যোধপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)