সপোন- ৰূপা মনি দাস

এজাক বৰষুণে উটুৱাই
নিলে সকলো ।
যি জাক বৰষুণক আপোন 
বুলি ভাবি 
হেপাঁহ পলোৱাই তিতিছিলো,
কিন্ত ...
কিন্ত আজি সেই বৰষুণজাকে মোক কন্দুৱাই থৈ
গ'ল 'অ',
বৰষুণ তুমি ইমান নিষ্ঠুৰ ।
এবুকু আশাৰে সজোৱা সপোনবোৰ এনেকৈ উটুৱাই
নিলা ।।
   
◾ৰূপা মনি দাস 

Post a Comment

Previous Post Next Post