সপোন- ৰূপা মনি দাস

Rinku Rajowar
0
এজাক বৰষুণে উটুৱাই
নিলে সকলো ।
যি জাক বৰষুণক আপোন 
বুলি ভাবি 
হেপাঁহ পলোৱাই তিতিছিলো,
কিন্ত ...
কিন্ত আজি সেই বৰষুণজাকে মোক কন্দুৱাই থৈ
গ'ল 'অ',
বৰষুণ তুমি ইমান নিষ্ঠুৰ ।
এবুকু আশাৰে সজোৱা সপোনবোৰ এনেকৈ উটুৱাই
নিলা ।।
   
◾ৰূপা মনি দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)