৯ ছেপ্টেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
✍️১৯৪৯ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাই ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে।
✍️১৯৭৯ চনৰ আজিৰ দিনটোতে যোগেন্দ্ৰ নাথ ভূঞা অসমৰ মুখ্যমন্ত্ৰী হয়। তেওঁ সেই বছৰৰে ১১ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
✍️২০০১ চনৰ আজিৰ দিনটোতে বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু হয়।
✍️আজি অতুল চন্দ্ৰ হাজৰিকা দেৱৰ জন্মদিন, অসমৰ এজন কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। সাহিত্যাচাৰ্য নামেৰে তেখেত পৰিচিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)