অসম চৰকাৰৰ চাকৰিৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : কোনখন মহাদেশত ‘ছাহাৰা’ মৰুভূমি আছে?

উত্তৰ : আফ্ৰিকা।

২) প্ৰশ্ন : কোন খন চহৰ ৰক গাৰ্ডেন (Rock Garden) ৰ বাবে বিখ্যাত?

উত্তৰ : চণ্ডিগড়।

৩) প্ৰশ্ন : সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক?

উত্তৰ : বৃহস্পতি।

৪) প্ৰশ্ন : চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ কিমান দিন সময় লয়?

উত্তৰ : ২৯½ দিন।

৫) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি?

উত্তৰ : প্লুটো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)