বহু কথা ক'বলৈ ৰৈ যায়...।
ৰৈ যায়,কাৰণ...ক'ৰবাত জটিলটাই ধৰা দিয়ে...!
স্মৃতি...বহু স্মৃতি গঢ় লয়...
জীৱনৰ কেঁকুৰিয়ে কেঁকুৰিয়ে...
পাহৰিবটো পৰা নাযায়... এইবোৰ...!!
তুমি জানো পাহৰিছা ..,
হয়টো পাহৰিব পৰা...
বা...পাহৰি যোৱাৰ অভিনয় ও কৰিব পৰা..!!
মই আকৌ অভিনেতা নহয়...,
যে অভিনয় কৰিব পাৰোঁ...!
মাথোঁ মোৰ কবিতাত প্ৰকাশ কৰো
মোৰ অনুভৱৰ সঁচা বোৰ....।
◾হেমন্ত বৰুৱা।
নগাঁও,ননৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ