হৃদয়ৰ অনুভৱ- ৰূপা মনি দাস

©Admin
0
মই তোমাক ভাল পাওঁ
অথচ তোমাক ভালপাওঁ বুলি
ক'বলৈ ভয় লাগে 
কিজানিবা তুমি মোৰ পৰা আঁতৰি যোৱা !
তোমাক যে মই ভাল পাওঁ 
ক'লে হয়তো বিশ্বাস নকৰিবা ,
তুমি অকণো অনুভৱ নকৰানে 
মই যে তোমাক ভাল পাওঁ ?
তুমি তোমাৰ বুকুত হাতখন থৈ
অনুভৱ কৰাচোন ,
বুজিবা তুমিও আছা এখন কোমল হৃদয়ৰ অপেক্ষাত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)