কবিতা- প্ৰাণজিত বৰচেতীয়া

ভিজা কাগজৰ বিয়পা আখৰ

কোনে বাৰু পঢ়িব ! 
কোনে বাৰু বুজি পাব ?

অৰ্থহীন এই কবিতা

যেন এটি সাঁথৰ...


লিখিম লিখিম বুলি ভাবিয়ে আছিলোঁ

অলেখ শব্দ বিচাৰি ছন্দ মিলালোঁ

অবশেষত কাগজত লিখিলোঁ কবিতা,

যিটো কবিতাৰ এইমাত্ৰ পৰিল যৱনিকা ।

Post a Comment

Previous Post Next Post