সাধাৰণ জ্ঞান

©Admin
0

১/ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক ?
উত্তৰ :- সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা ।

২/ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ :- ৰঞ্জিত বৰপূজাৰী ।

৩/ মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল ?
উত্তৰ :- বিষ্ণুৰাম মেধি ।

৪/ দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন?
উত্তৰ :- বৃষ্টি

৫/ ৩৩ তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো কি আছিল ?
উত্তৰ :- ৰংমন নামৰ এটা গঁড় পোৱালি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)