সাধাৰণ জ্ঞান

©Admin
0
১/ কিমান চনত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰা হৈছিল ?
উত্তৰ :- ১৯৩০ চনত

২/ মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটো কি ?
উত্তৰ :- কুকুৰ

৩/বৰদৈচিলা , চাইক্ল'ন আদি ধুমুহাৰ অৱস্থান জানিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?
উত্তৰ :- ৰাডাৰ

৪/লিফ্ট কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰ :- ই. আটিছ ।

৫/ মিছা কথা ধৰা পেলোৱা যন্ত্ৰ (lie detector) কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰ :- জন লাৰ্চেন । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)