মিলন-মিন্টু গোৱলা

Rinku Rajowar
0
চিকি মিকি সন্ধ্যা পৰত প্ৰভুৰ লগত 
মিলন হয় কল্পকাননত ।
পুষ্প সজ্জিত ৰথে আহে মোৰ আৰধ্য প্ৰভু ,
চোতালৰ তুলসীৰ কাননত প্ৰভুৰ লগত
মিলন হয় সন্ধ্যা লগনত ।
সাৰহীন নিচুক জগত নিস্তব্ধ ৰাতি 
দেখো মোৰ আৰধ্য প্ৰভুক।
বন্তিৰ পোহৰত মোৰ লগত কথা 
পাতে আৰধ্য প্ৰভুয়ে।
অন্তৰ্য্যামী প্ৰভু মোৰ আহে সপোনৰ তীৰত কয় কথা সৰ্বজ্ঞানী আৰধ্য প্ৰভু ।
নিচুক নিৰল জগত  আৰধ্য প্ৰভুৰ লগত
মোৰ মিলন তুলসীৰ কাননত ।
সপোনৰ তীৰত নিতৌ আহে মোৰ আৰধ্য ,
নিতৌ কথা হয় তুলসীৰ কাননত।।
     
           ◾মিন্টু গোৱলা, লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)