স্বপ্নভংগ-যদুমণি দাস

©Admin
0
বুকুত বহুত সাহস আৰু জীৱন্ত আশা লৈ ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ লুটু আজি আহিছে সেনা বাহিনীৰ শাৰিৰীক নিযুক্তি পৰীক্ষাৰ বাবে । কিন্তু তাৰ কম উচ্চতাৰ বাবে আজি সি বিফল হ'ল সেনা বাহিনীত যোগদান কৰাত । এতিয়া যেন সকলোবোৰ শেষ হৈ গ'ল । মাক-দেউতাকৰ আশা, লুটুৰ স্বপ্ন । এতিয়া যে সি বহুত ভাগি পৰিছে । ভাগ্যই হেতালি খেলিলে তাৰ সপোন আৰু মাক-দেউতাকৰ হাঁহি বিৰিঙাই তুলিব পৰা ভৱিষ্যতৰ লগত । কিন্তু এতিয়া সকলো মৃৃতপ্ৰায় অৱশিষ্টহে যেন । আকৌ সি সাহস গোটাব পাৰিবনে ? মাক-দেউতাকক হাঁহি বিৰিঙাব পাৰিবন ? তাকে লৈ সংকিত সকলোবোৰ ।
   
✍যদুমণি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)