শিক্ষক দিৱস-নৱজিৎ নাথ

©Admin
0
৫ ছেপ্টেম্বৰ দিনটো 
এটি স্মৰণীয় দিন ,
শিক্ষক ছাত্রৰ মৰম আৰু 
এনাজৰী বান্ধোনৰ এটি দিন।

শিক্ষা গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা
আৰু সংহতিৰ প্রতীকৰ এটি দিন ,
সাধনাৰ অৱধাৰিত প্রচেষ্টা আৰু জ্ঞান-পিপাসু শিক্ষকৰ সন্মানৰ এটি বিশেষ দিন ।
স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি,
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ 
জন্ম দিনৰ এটি উপহাৰ হ'ল
"শিক্ষক দিৱস" ।।

✍️শ্রী নৱজিৎ নাথ ।
ছিপাঝাৰ, (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)