২৬ ছেপ্টেম্বৰ- আজিৰ দিনটোৰ তাৎপৰ্য

Rinku Rajowar
0
✍️১৫৮০ চনৰ আজিৰ দিনটোতে ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে (Francis Drake) পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ কৰে।
✍️১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয়।
✍️১৯৭৯ চনৰ আজিৰ দিনটোতে চৌধুৰী চৰণ সিং-ক সভাপতি আৰু ৰাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদল গঠন কৰা হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)