সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : সৰ্ব পৰিচিত মহাকাশযান ‘ছোয়াজটি – 11’ ৰ ভাৰতীয় মহাকাশচাৰী গৰাকী কোন?

উত্তৰ : ৰাকেশ শৰ্মা।

২) প্ৰশ্ন : ভাৰতক কেইটা ‘ডাক সূচকাংক’ মণ্ডলত বিভক্ত কৰা হৈছে?

উত্তৰ : আঠটা।

৩) প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল প্লেটফ’ৰ্ম খন ক’ত অৱস্থিত?

উত্তৰ : খড়গপুৰ।

৪) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ জনমুৰি আয় সৰ্বাধিক?

উত্তৰ : পঞ্জাৱ।

৫) প্ৰশ্ন : ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ ক’ত স্থাপিত হৈছিল?

উত্তৰ : দিল্লী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)