শাৰদী- মিন্টু গোৱলা

Rinku Rajowar
0
শাৰদী তুমি আহিবা তোমাৰ বাবে মই ৰৈ থাকিম
এই সেউজ বনৰ নিয়ৰৰ দলিচাত।
আহিবা তুমি শৰতৰ ক্ষণ জ্যোতিৰ কিৰণৰ
কহুঁৱাৰ আৰেঁ আৰেঁ শেৱালীৰ সুবাসত আহিবা
এই সেউজ ধাৰা লৈ।
শৰতৰ সন্ধিয়া ৰাতি আহিবা তুমি
স্নিগ্ধ জোনাকৰ জোনাকীৰ আৰেঁ আৰেঁ।
শাৰদী আহিবা তুমি জোনাকৰ পোহৰত বাট চাই আছোঁহি ,
তোমাৰ বাবে।
আহিবা শৰতৰ সুক্ষণত আহিবা,
 তুমি আহিবা।

    ‌‌◾শ্ৰী মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)