সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল?
উত্তৰ -চি. বি .চি. গাংগুলী।

২/ডিব্ৰগড় ৰে'লৱে কাৰখানা কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ - ১৮৮১ চনত।

৩/শিলচৰৰ বিমানঘাটি ক'ত অৱস্থিত?
উত্তৰ - কুম্ভীৰগ্ৰামত।

৪/অসমৰ প্ৰথম আকাশীযান চালক জন কোন?
উত্তৰ - মহানন্দ দাস।

৫/অসমত নৌ সেৱা কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ -১৮৪৭ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)