চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : ভাৰতৰ বৰ্তমান ৰাজ্য সংখ্যা কিমান?

উত্তৰ : ২৮ খন।

২) প্ৰশ্ন : পৃথিৱীৰ কোন খন চহৰৰ জনসংখ্যা সৰ্বাধিক?

উত্তৰ : ট’কিঅ।

৩) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উত্তৰ : বৃহস্পতি।

৪) প্ৰশ্ন : ভাৰতৰ কোন খন চহৰৰ জনসংখ্যা সৰ্বাধিক?

উত্তৰ : মুম্বাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)