অবাস্তৱ হাবিয়াস-হেমেন হাজৰিকা

Rinku Rajowar
0
     পানীৰ বেজিৰেহে হেনো
      শিলৰ চোলা সীব পাৰি
      চিলাই পৰ্বতক ক'লে  ।।

    ‌শিলৰ চোলা
   পানীৰ বেজি
   অবাস্তৱ হাবিয়াস
  দিনৰ এক জোনাকী পৰুৱা   ।।

  অজানিতে জাগা হাবিয়াস
  আহুকালৰ কাৰক  ।।

   পৰ্বতৰ দম্ভত
   পৃথিৱী কঁপে
   অকৰা মৈৰ পৰা নানামে
   তাতেই বিপদ ঘটে  ।।

   অবাস্তৱ এৰি
   বাস্তৱমুখিতাই প্ৰমাণ দিব
   শিলৰ চোলা পানীৰ বেজি
   কোনোটোৱেই সঁচা নহয়
   এতিয়া শিলাদিত্যই বা কি কয়

        
✍🏻হেমেন হাজৰিকা
   ‌  ৰাণী,কামৰূপ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)