৩ ছেপ্টেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
✍️১৭৮৩ চনৰ আজিৰ দিনটোতে পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তিকে “পেৰিছ চুক্তি” নামেৰে জনা যায়।
✍️১৮৬৬ চনৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল।
✍️১৯৩৬ চনৰ আজিৰ দিনটোতে ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হৈছিল।
✍️২০১১ চনৰ আজিৰ দিনটোতে সংযুক্ত মুক্তি বাহিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)