অসম চৰকাৰৰ চাকৰিৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায়?

উত্তৰ : ৭৬ বছৰ।

২) প্ৰশ্ন : সূৰ্য্যৰ পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লয়?

উত্তৰ : ৮ মিনিট।

৩) প্ৰশ্ন : আকাশত কোনটো তৰাৰ স্থান পৰিৱৰ্তন নহয় বুলি ধাৰণা কৰা হয়?

উত্তৰ : ধ্ৰুৱতৰা।

৪) প্ৰশ্ন : গ্ৰেট ইণ্ডিয়ান ডেজাৰ্টৰ সোমাজেৰে পাৰ হোৱা ভাৰতৰ একমাত্ৰ নদীখনৰ নাম কি?

উত্তৰ : লুনি।

৫) প্ৰশ্ন : ভূমিকম্পৰ তৰংগই কি শিলত দ্ৰুতভাৱে সঞ্চালিত হয়?

উত্তৰ : গোটা শিলত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)