জীৱন - ৰাহুল চেতিয়া

©Admin
0
জীয়াই থকাৰ অদম্য হেঁপাহ
থকাৰ পাছতো
মৰি থকাৰো কত আপাহৰ তৃপ্ততা ৷

মাজে মাজে উমি উমি জ্বলোঁ
আকৌ মাজে-সময়ে
অন্তৰাত্মাতে কঁপো
এয়াই চাগে জীৱনৰ অন্তিম চ'ৰা খেলা ৷

মৃত্যু এতিয়া সহজ
মৃত্যু যদি অমৰ হয়
জীৱনটোৰ লগত
খেলিবলৈ দুঃসাহ নকৰোঁ - 
মহান কবিয়ে লিখিছিল -
কাৰণ ইয়াৰ
দামেই নাম
কামেই দুৰ্নাম... 

✍🏻ৰাহুল চেতিয়া
নিলখপুৰ ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)