থকাৰ পাছতো
মৰি থকাৰো কত আপাহৰ তৃপ্ততা ৷
মাজে মাজে উমি উমি জ্বলোঁ
আকৌ মাজে-সময়ে
অন্তৰাত্মাতে কঁপো
এয়াই চাগে জীৱনৰ অন্তিম চ'ৰা খেলা ৷
মৃত্যু এতিয়া সহজ
মৃত্যু যদি অমৰ হয়
জীৱনটোৰ লগত
খেলিবলৈ দুঃসাহ নকৰোঁ -
মহান কবিয়ে লিখিছিল -
কাৰণ ইয়াৰ
দামেই নাম
কামেই দুৰ্নাম...
✍🏻ৰাহুল চেতিয়া
নিলখপুৰ ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ