সাধাৰণ জ্ঞান -কুইজ

১/বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
উত্তৰ- দক্ষিণ আফ্ৰিকাত।

২/অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
উত্তৰ- ১৯৮৫ চন ৷

৩/অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি?
উত্তৰ : অতুলনীয়।

৪/ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

৫/প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : অচ্যুত শইকীয়া।

Post a Comment

Previous Post Next Post