আহিন আহিলে-হেমেন হাজৰিকা

©Admin
0
নিয়ৰত নিতিতিলেও বন
      মোৰ অলষিতে
      আহিন আহিছে  ।।

     শেৱালি কোমল
     জোনাকী মায়াৱে
      মন উতলাই কৰা মানেই
     আহিন আহিছে  ।।

    পথাৰখনে বৰণ সলাইছে
    পথাৰ গৰ্ভৱতী হৈছে
    শস্য দৰাৰ ওপৰেৰে
    এছাতি বতাহ বলিছে
    তাৰ মানে মোৰ অলষিতে
   আহিন আহিছে  ।।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)