স্পট ডেড-পাপু শইকীয়া

©Admin
1
প্ৰশান্তই তাৰ নিজৰ গাটো লৰাব পৰা নাই, জোৰ কৰিও মাতিব পৰা নাই। কি হৈ গ'ল হঠাতে ! সি একোকে মনত পেলাব পৰা নাই।

         এইয়া কি ? তাক এম্বুলেঞ্চত উঠাই দিছে কেইজনমানে, লগে লগে আৰু এজন ল'ৰা দুপিয়াই দুপিয়াই তাৰ কাষৰ চিটটোত বহিলহি।
প্ৰশান্তৰ কাণত পৰিলহি কোনোবাই কৈ থকা শব্দবোৰ
"চাইকেল লৈ অহাটো স্পট ডেড, বাইক চলোৱাটোৰ একো হোৱা নাই।"
         
◾পাপু শইকীয়া 
চিনাতলী(গোলাঘাট)।।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment