সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : পৃথিৱীৰ বৃহত্তম মহাদেশ খনৰ নাম কি?

উত্তৰ : এছিয়া।

২) প্ৰশ্ন : পৃথিৱীৰ সৰ্বাধিক কপাহ কোন খন দেশত উৎপন্ন হয়?

উত্তৰ : ভাৰত।

৩) প্ৰশ্ন : পৃথিৱীৰ দীৰ্ঘতম নদী খন ক’ত অৱস্থিত?

উত্তৰ : ইজিপ্তত।

৪) প্ৰশ্ন : কোৰিয়াক অন্য এটা কি নামেৰেও জনা যায়?

উত্তৰ : ল্যাণ্ড অৱ মৰ্ণিং কাম।

৫) প্ৰশ্ন : মানচিত্ৰত বৃষ্টিপাত কিহৰ দ্বাৰা দেখুওৱা হয়?

উত্তৰ : আয়ছ’হাইটছৰ দ্বাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)