দৈনিক সাধাৰণ জ্ঞান

Rinku Rajowar
0
১) প্ৰশ্ন : ভাৰতৰ ভিতৰত তকোনটো হ্ৰদৰ পানী সৰ্বাধিক লৱণাক্ত?

উত্তৰ : উলাৰ।

২) প্ৰশ্ন : পৃথিৱীৰ ব্যাস কিমান?

উত্তৰ : ১২,৭৪২ কিঃ মিঃ।

৩) প্ৰশ্ন : মানসৰোবৰ কোন নদীৰ উৎস?

উত্তৰ : ব্ৰহ্মপুত্ৰ।

৪) প্ৰশ্ন : পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি?

উত্তৰ : মাউণ্ট এভাৰেষ্ট।

৫) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি?

উত্তৰ : ভাৰতৰ মৌচিনৰাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)