দশমী- হিমাশ্ৰী বৰা

©Admin
0
ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠাপিত দেৱী গোঁসানীক পূজা-অৰ্চনাৰে দশমীৰ দিনা বিসৰ্জন দিয়া হ'ল । মৃণ্ময় মূৰ্তিৰ ৰূপত আই আকৌ আহিব দূৰ্গতি নাশিবলৈ । 

হৰ্ষ-উল্লাসৰ দিনত ঘৰখনত মৰিশালিৰ নিস্তব্ধতা । উভতি নহাৰ বাটেৰে দশমীৰ দিনাই যে গুচি গৈছে ডাঙৰ পোনা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)