হেঁপাহ পূৰণ হ'ল- হেমেন হাজৰিকা

©Admin
0
আশাহীন ভৱিষ্যত এটা লৈ
      যাযাবৰী হৈ
      ঠিকনা বিহীন হৈ
      ঘূৰি ফুৰিলো ।

     অনেক মানুহ
     অনেক ৰূঢ় বাস্তৱ
     সাক্ষী হৈ ৰ'ল ।

   এটা চিনাকী
   এটা স্থায়ী ঠিকনাত
   অৱস্থান কৰাৰ দিনা
   চকুলো নিগৰিছিল
  আনন্দৰ চকুলোত
  স্নাত হৈ 
  মই আজি শান্ত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)