৬ অক্টোবৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
৬ অক্টোবৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৯তম আৰু (অধিবৰ্ষত ২৮০তম) দিন। বছৰ শেষ হ'বলৈ ৮৬ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৭৬২ চনত সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে।

২/ আজিৰ দিনটোতে ১৭৭৩ চনত  প্ৰথম, ফ্ৰান্সৰ ৰজা লুই ফিলিপৰ জন্ম।

৩/আজিৰ দিনটোতে ২০০৭ চনত আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ 
লক্ষ্মী মল সিংভিৰ মৃত্যু।
৪/আজিৰ দিনটোতে ১৯৬৬ চনত বাংলাদেশী ৰাজনীতিবিদ। বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ শিৰীন শাৰমিন চৌধুৰীৰ জন্ম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)