১৩ অক্টোবৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
১৩ অক্টোবৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীঅধিবৰ্ষত ২৮৭তম দিন। বছৰ শেষ হ'বলৈ ৭৯ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১/আজিৰ দিনটোতে ১৯৪৩ চনত ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল
২/ আজিৰ দিনটোতে ১৯৮৮ চনত আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
৩/আজিৰ দিনটোতে ১৯১১ চনত ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম

৪/ আজিৰ দিনটোতে ১৯৪৮ চনত  প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক নুচৰত ফটেহ আলী খানৰ জন্ম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)