সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিকাকত?
উত্তৰঃ 'উৰুলি'

২/প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰঃ বাইবেল ।(১৮১৩ চনত ছপা

৩/জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি
উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ'।

৪/বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি কোনখন ?
উত্তৰঃ পূবেৰুণ ,১৯৫৯ চনত বাৰ্লিনত প্ৰদৰ্শিত হয়।

৫/"অসমৰ মানচেষ্টাৰ" বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰঃ শুৱালকুছিক।
৬/অসমত মঞ্চৰ জন্মদাতা কোন ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)