সাক্ষী-মিনাক্ষী দত্ত

Rinku Rajowar
0
বন্ধ্যাত্ব বেদনাৰে জৰ্জৰিত অৰুনিমাৰ কৃষ্ণচূড়া ফুলযেন কোমল কলিজাটো  বিষাক্ত কীটে  কুটি-কুটি খোৱা  জোনগলা ৰাতিৰ বহু পল-অনুপলৰ সাক্ষী হৈ ৰ'ল তাই  গোপনে সংযোগ কৰা গোপন কেমেৰাটো ।

                ▪️মিনাক্ষী দত্ত
              ধেমাজি (মাছখোৱা) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)