সূৰ্যৰ মানৱ-মিন্টু গোৱলা

0
হে সূৰ্যৰ সৃজনীশীল
শক্তিৰ সঞ্চয় 
কিৰণময়ী সৃষ্টিৰ 
অধিকাৰ তুমি !

বৰুণ ,পৱনৰ সামঞ্জস্যত 
সৃষ্টিকৰ্তাৰ এই সেউজ 
ধৰাত অসংখ্য
জীৱই কৰিছে 
মুক্ত বিচৰণ।


বৰুণ,পৱন নিস্তব্ধ হ'লে 
জীৱও হ'ব নিস্তব্ধ
 চিৰদিনলৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)