উলংগ - যদুমণি দাস

©Admin
1
এই যে 
হৃদয়খন বাৰে বাৰে 
বলাৎকাৰ হয়
আপোনাৰ নিৰ্যাতিত অৱহেলিত ,
সেয়া বাৰু আপোনাৰ কাণত
প্ৰতিধ্বনিত হয়নে কেনেবাকৈ ?
ওহোঁ , নহয় চাগে !
সেয়ে আজিলেও 
উলংগ মোৰ হৃদয় ।

✍️যদুমণি দাস

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বহুত সুন্দৰ আপোনাৰ কাবিক্যতাৰ কবিতা সমূহ পঢ়ি বহুতে ভাল লগিল । সুন্দৰ আপোনাৰ লেখিকাসমূহ ।।👍👌

    ReplyDelete
Post a Comment