বিদুৰ শক্তি - হেমেন হাজৰিকা

©Admin
0
     ইয়াতে মাৰিলো টিপা
     কিমান দূৰ পাইগৈ শিপা ।।

    পিঠিৰ সিপাৰে
    অলেখ তৰাৰ জিলমিল ।।

    বিপদৰ খবৰ
    সম্পদৰ খবৰ
    আনটো জনালোঁ
    নিজেও জানিলো ।।

   এনে শক্তি নাপালোঁ
   পোৱাহেঁতেন এবাৰ
   জুখিকে চালোঁ হয়
   পূৰ্ব পুৰুষৰ
   উত্থান-পতন ।।

   ৰৈ আছোঁ
   তাৰেই অপেক্ষাত ।।

✍️হেমেন হাজৰিকা
     ৰাণী , কামৰূপ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)