আজিৰ দিনটোৰ বিশেষত্ব ১৭ অক্টোবৰ

©Admin
0
১৭ অক্টোবৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯০তম দিন। বছৰ শেষ হ'বলৈ ৭৫ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১/১৯৪০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হৈছিল।
২/১৯৭৯ চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।
৩/অসমীয়া সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাই জন্ম লাভ কৰিছিল ১৯০০ চনৰ আজিৰ দিনটোতে ।
৪/অসমীয়া শিল্পী যুগল দাসৰ মৃত্যু হৈছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে ।
৫/আজিৰ দিনটোতেই উৎযাপিত হয় অসম ক্ৰীড়া দিৱস । 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)