১) ১৯২২ চনৰ আজিৰ দিনটোত আলবেনিয়াৰ স্বাধীনতা ঘোষণা কৰা হয়।
২) ১৯৬০ চনৰ আজিৰ দিনটোত শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন সভাই গ্ৰহণ কৰে।
৩) আজিৰ দিনটো আন্তৰ্জাতিক এনিমেছন দিৱস হিচাপে পালন কৰা হয়।
৪) ১৯৫০ চনৰ আজিৰ দিনটোত অসমৰ প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী লোকনাথ গোস্বামীয়ে জন্ম গ্ৰহণ কৰে।
৫) ২০১১ চনৰ আজিৰ দিনটোত হিন্দী ভাষাৰ ব্যংগ লেখক শ্ৰীলাল শুক্লা দেৱৰ মৃত্যু হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ