সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰা লোকজন কোন?
উত্তৰ -চাৰ জৰ্জ কেম্পবেল।
২/হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি?
উত্তৰ - চিত্ৰ ভাগৱত।
৩/পূৰবী বৰমুদৈৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত উপন্যাসখনৰ নাম কি?
উত্তৰ - শান্তনুকুলনন্দন ।
৪/জয়ন্তী যুগৰ এগৰাকী প্ৰগতিবাদী কবিৰ নাম লিখা।
উত্তৰ - অমূল্য বৰুৱা।
৫/পাপৰি কবি ৰূপে খ্যাত অসমীয়া কবিগৰাকী কোন?
উত্তৰ -গণেশ চন্দ্ৰ গগৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)