শাৰদীয় ৰাগ-জয়ন্ত কলিতা

©Admin
0
ৰজনী মাথো নিয়ৰ
মুকুতা পোহৰা ।
অস্থিৰ ধাৰাৰ এজনী
এতিয়া উকা কুঁৱলীৰ
প্ৰিয় শেৱালি।
শুকুলা মেঘে তলে 
এতিয়া কঁহুৱা 
লুইতৰ পাৰে পাৰে।
শীতল ৰজনীৰ জোনক
জোনাকীৰ দিপ্ত জক-মক
সেউজ ন-ধাননী।।
        
 
✍️জয়ন্ত কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)