বেলুন ল'ব বেলুন-পল্লৱ ৰয়

©Admin
0
 পূজা মানেই সাতোৰঙী বেলুন আৰু সুস্বাদু জিলাপীৰ সন্ধানত থকা শিশুকেইটাৰ মিচিকি হাঁহি। কাৰোবাৰ মন কাঢ়িছে ৰঙ বিলোৱা ৰঙা-নীলা বেলুনে, তেন্তে কাৰোবাৰ পুতলা, বন্দুকে। 
               কিন্তু, কনমানি ইমন আজি বেলুন, পুতলা বিচাৰি অহা নাই,তাৰ আলসুৱা হাততে আছে নানাৰঙী বেলুন। তাৰ সন্ধান মাথোঁ এজন গ্ৰাহকৰ।

        ✍️পল্লৱ ৰয়।
        গহপুৰ, বিশ্বনাথ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)