আকুলতা-ৰাহুল চেতীয়া

Rinku Rajowar
0
ভিজা চুলিটাৰি ৰ'দত মেলি
খিলখিলাই হাঁহিছা কিয় ?
নাজানা নেকি
ৰ'দৰ তাপ বৰ প্ৰখৰ ,
ম্লান হ'ব পাৰে
তোমাৰ সৌন্দৰ্য্যতা ।
আঁকিব বিচাৰো মই
তোমাৰ ওঁঠত
লাস্যময়তাৰ এক অনামী চুমা ।।

✍️ৰাহুল চেতীয়া
নিলখপুৰ, ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)